নগৰবেৰাৰ মেধিপাৰাত কেঁকো সাপ উদ্ধাৰ

ff

নগৰবেৰাৰ পৰা আব্দুল ৰছিদ

 

দেওবাৰে সন্ধিয়া নগৰবেৰা ৰেঞ্জ অফিচৰ বিষয়া-কৰ্মচাৰীসকলে এটা কেঁকো সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।নগৰবেৰাৰ মেধিপাৰা গাঁৱৰ অৰূপ কুমাৰ মেধি নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা জীৱিত অৱস্থাত কেঁকো সাপটো উদ্ধাৰ কৰি বন বিষয়াৰ কাৰ্যালয়লৈ আনে ।

Your Comments