পুনৰ কেন্দ্ৰত এনডিএৰ চৰকাৰ হ'ব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে যোগগুৰু বাবা ৰামদেৱে।যোগগুৰুজনে লগতে কয় যে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই হ'ব।
বিৰোধী দলৰ নেতাসকলক উদ্দেশ্য কৰি তেওঁ কয় যে ২৩ মে'ত ফলাফল ঘোষণাৰ পিছতেই দেশৰ কিছু লোকৰ উচ্চ ৰক্তচাপ বৃদ্ধি পাব।তেওঁলোকে অনুলোম-বিলোম আৰু কপালভাটি কৰিব লাগিব।
- Log in to post comments
- 11 views