কাশ্মীৰী ভাষাতো সম্প্ৰচাৰ হ'ব 'কৌন বনেগা ক্ৰোড়পতি'

kbc

জনপ্ৰিয় টিভি শ্ব' 'কৌন বনেগা ক্ৰোড়পতি' আজিৰে পৰা কাশ্মীৰী ভাষাটো ডি ডি কাশ্মীৰ চেনেলত সম্প্ৰচাৰ হ'ব।অৱশ্যে অমিতাভ বচ্চন শ্ব'টোৰ হোষ্ট নহয়।হোষ্ট হ'ব কাশ্মীৰী অভিনেতা ৰঈছ মহিউদ্দিন।

 

কাশ্মীৰী জনতাৰ মাজত ৰাষ্ট্ৰ ভক্তি বৃদ্ধিৰ বাবে তথা জম্মু-কাশ্মীৰত শান্তি- সৌহাৰ্দ্য অটুট ৰখাৰ এটা মাধ্যম হৈ পৰাৰ আশাৰে কেন্দ্ৰীয় গৃহ যন্ত্ৰণালয়ে কাশ্মীৰী ভাষাত শ্ব'টো সম্প্ৰচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Your Comments