শিলচৰৰ পৰা বিক্ৰম দাস
উদাৰবন্দত দেওবাৰে তাণ্ডৱ চলালে ধুমুহাই।সাগৰীয় ফেনী ঘূৰ্ণি বতাহৰ প্ৰভাৱত উৎপন্ন হোৱা বুলি ভবা হোৱা ধুমুহাজাকে উদাৰবন্দ,লাৰসিং,দয়াপুৰ ,শালগংগা আদি এলেকাত ব্যাপক ধ্বংস লীলা চলায়।
বহু লোকৰ ঘৰৰ ওপৰত গছ বাগৰি পৰাৰ বাবে যথেষ্ট ক্ষতি হয়।ধুমুহাত উদাৰবন্দ এলেকাৰ বিদ্যুৎ যোগান ব্যৱস্থাও ক্ষতিগ্ৰস্ত হয়।
- Log in to post comments
- 9 views