নগাঁও সমষ্টিত মোৰ জয় ১০০ শতাংশ নিশ্চিত:প্ৰদ্যুৎ বৰদলৈ

bordoloi

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

 

অহা ২৩ মে'ত সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব যদিও  নিজৰ জয় ১০০ শতাংশ নিশ্চিত বুলি প্ৰকাশ কৰিলে নগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে।


বৃহস্পতিবাৰে লামডিং সমষ্টিৰ দলীয় কৰ্মীসকলৰ মাজত উপস্থিত হৈ সকলোৰে কষ্ট-ত্যাগৰ বুজ লয় বৰদলৈয়ে।সেই সময়তে এনেদৰে অভিমত প্ৰকাশ কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

Your Comments