কংগ্ৰেছৰ স্বেচ্ছাসেৱকে ২৪ ঘণ্টাই পহৰা দিব ষ্ট্ৰং ৰূমত

ripun

নিউজ ডেস্ক:

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু তেওঁৰ অধীনস্থ বিষয়াসকলৰ ওপৰত কংগ্ৰেছৰ সমূলি আস্থা নাই।সেইবাবে কংগ্ৰেছৰ স্বেচ্ছাসেৱকসকলে ষ্ট্ৰং ৰূমত ২৪ ঘণ্টাই পহৰা দিব।এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

Your Comments