প্ৰসিদ্ধ কণ্ঠশিল্পী হংসৰাজ হংসে নিৰ্বাচন খেলিব বিজেপিৰ টিকটত

bjp

নিউজ ডেস্ক:

উত্তৰ-পশ্চিম দিল্লী লোকসভা সমষ্টিৰ বাবে বিজেপিয়ে টিকট দিলে প্ৰসিদ্ধ কণ্ঠশিল্পী হংসৰাজ হংসক।দলিত নেতা আৰু সমষ্টিটোৰ  বৰ্তমানৰ সাংসদ  উদিত ৰাজক টিকট নিদি ২০১৬ত দলত যোগ দিয়া হংসক প্ৰাৰ্থিত্ব দিলে বিজেপিয়ে।

Your Comments