গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
অসম গণ পৰিষদৰ জন্মস্থান গোলাঘাটত আজি জিলা কাৰ্যালয়ৰ সভাকক্ষত অগপ দলে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। অগপৰ সভাপতি তথা ৰাজ্যিক মন্ত্ৰী অতুল বৰাই সভাপতিত্ব কৰা ইস্তাহাৰ মুকলি অনুষ্ঠানটোত কলিয়াবৰ লোকসভা সমষ্টিত মণিমাধৱ মহন্তক ভোট দিবলৈ সকলো ৰাইজক আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত সভাপতি অতুল বৰাক সংগ দিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ধীৰেণ বৈশ্যয়ে।
- Log in to post comments
- 4 views