উদাৰবন্দৰ লাঠী গ্ৰামত নবজাতকৰ মৃতদেহ উদ্ধাৰ

উদাৰবন্দৰ লাঠী গ্ৰামত নবজাতকৰ মৃতদেহ উদ্ধাৰ

উদাৰবন্দৰ লাঠী গ্ৰামত নবজাতকৰ মৃতদেহ উদ্ধাৰ

উদাৰবন্দ থানাৰ অন্তৰ্গত লাঠী গ্ৰামত নবজাতকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ  অঞ্চলটোত এক চাঞ্চল্য পৰিবেশৰ সৃষ্টি হয়।সোমবাৰে সন্ধিয়া ৰ ভাগত লাঠিগ্রামৰ গুলেৰ পাৰ ৰ নিবাসী আজুৰ আলী নামৰ ব্যক্তিজনৰ ঘৰৰ পাছফালে থকা নলা ৰ পানীত  পলিথিনৰ বেগত নবজাতক শিশু এটাৰ মৃতদেহ প্ৰত্যেক কৰে।তাৰ পিছত ব্যক্তিজনে ওচৰৰ স্থানীয় ব্যক্তি সকলক ঘটনাটো অৱগত কৰাৰ ওপৰিও স্থানীয় আৰক্ষী থান টো ঘটনাটোৰ বিষয়ে জনাই।খবৰ অনুসৰি উদাৰবন্দ আৰক্ষী থানা ৰ এটা দল ঘটনাস্থলীত উপস্হিত হৈ ঘটনাটো  পৰ্যবেক্ষণ কৰে।তাৰ পাছত আৰক্ষী দলটোৱে নবজাতকৰ মৃত দেহ টো থানা লৈ আহি শিলচৰ মেডিকেল কলেজ চিকিত্সা লৈ আন মৰুণাত ৰ পৰীক্ষা সমাপ্ত কৰে।আনহাতে এই ঘটনাটোৰ বাবে স্থানীয় লোকে হত্যাকাৰীজনক উচিত শাস্তি দিয়াৰ লগতে তদন্ত কৰিব কৈ আৰক্ষী প্ৰশাসনক।আৰু এই নবজাতত ক  শিশু টোক হত্যা কৰা ব্যক্তিজনক আমানৱীয় আখ্যা স্থানীয় ৰাইজে।এতিয়াও নবজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনা টো ক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল টোতে অশান্তিৰ পৰিবেশৰ সৃষ্টি হৈ আছে।

Your Comments