![rupahihat_accident](/sites/default/files/styles/article_detail/public/2019-02/Rupahi.jpg?itok=K47_BuPz)
জুৰীয়াৰ পৰা উওম বৰা
নগাঁৱৰ ৰূপহীহাটত চুপাৰী কঢ়িওৱা ট্ৰাকে মহতিয়ালে চাইকেল আৰোহীক। ট্ৰাকৰ খুন্দাত নিহত হয় আঃ আৱাল নামৰ লোকজন ৷
ট্ৰাকখনৰ নম্বৰ এএছ-০৫-৮৩৪৬ ৰূপহীহাট আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে যদিও পলায়ন কৰিবলৈ সক্ষম হয় চালকজন ৷
- Log in to post comments
- 16 views