ছাত্ৰীক ই-বাইক প্ৰদান

ds

বাজেটত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক ই-বাইক দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে৷ শিক্ষাঋণত ৰাজ্য চৰকাৰে ৫০ হাজাৰ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব৷ হোষ্টলৰ শিক্ষাৰ্থীৰ বাবে প্ৰতি মাহে ৭০০ টকাকৈ মাচুল ৰেহাইৰ বিষয়ে ঘোষণা কৰা হৈছে৷ 

Your Comments