২০১৯-২০ বৰ্ষৰ বাজেটত ৭০ হাজাৰ কোটি টকা ব্যয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি ঘোষণা কৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ বিগত বৰ্ষত চৰকাৰী ব্যয় আছিল ৬৯ হাজাৰ কোটি টকা৷ বিগত ২ বছৰৰ ভিতৰত ৰাজ্য চৰকাৰৰ ব্যয় ৬০ শতাংশ বৃদ্ধি হৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে৷
- Log in to post comments
- 17 views