জাতিধ্বংসী বিধেয়কক বলপূৰ্বক আইন কৰিলে আইন অমান্য আন্দোলন কৰিব সাহিত্য সভাই

2

প্ৰয়োজন সাপেক্ষে আইন অমান্য আন্দোলন কৰিবলৈও সাজু থাকিব অসম সাহিত্য সভা।যদি কেন্দ্ৰীয় চৰকাৰে জোৰ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ চেষ্টা চলাই,তেন্তে এই পন্থা গ্ৰহণ কৰিব সাহিত্য সভাই।দেওবাৰে সামৰণি পৰা অসম সাহিত্য সভাৰ ৰহাৰ দশম বিশেষ বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত  এই বুলি প্ৰস্তাৱ গ্ৰহণ কৰে সভাই। কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বক বিধেয়ক গৃহীত কৰালে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰস্তাৱ গ্ৰহণ কৰে সভাই।

Your Comments