অসম আৰক্ষীয়ে এতিয়া বিজেপিৰ হৈ কাম কৰিছে৷ এই মন্তব্য কৃষক নেতা অখিল গগৈৰ৷ নলবাৰীত আছুৰ সদস্যক আক্ৰমণকাৰীক আজিলৈ গ্ৰেপ্তাৰ কৰা নহ'ল, কিন্তু তিনিচুকীয়াত বিজেপিৰ জিলা সভাপতিক আক্ৰমণৰ অভিযোগত ততালিকে গ্ৰেপ্তাৰ কৰা হ'ল৷ মন্তব্য অখিল গগৈৰ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'লে ২০ লাখ বাংলাদেশীয়ে নাগৰিকত্ব পাব বুলি উল্লেখ কৰে গগৈয়ে৷
- Log in to post comments
- 35 views