৩০/১০ৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১০জন দোষী সাব্যস্তৰ ৬জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে চানমাৰিৰ বিশেষ ন্যয়াধীশৰ আদালতে৷ এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে৷
- Log in to post comments
- 521 views