কিছু সময়ৰ পিছতে চানমাৰিৰ বিশেষ ন্যায়াধীশৰ আদালতে শাস্তি ঘোষণা কৰিব ৩০/১০ৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৪জন দোষী সাব্যস্ত ব্যক্তিৰ৷ শাস্তি ঘোষণা কৰা হ'ব ৰঞ্জন দৈমাৰীকে ধৰি এনডিএফবিৰ দোষী সাব্যস্ত সদস্যসকলৰ৷ ধাৰাবাহিক বোমা বিস্ফোৰণত আত্মীয়-স্বজনক হেৰুওৱা পৰিয়ালসমূহে দোষী সাব্যস্তসকলৰ ফাঁচিৰ দাবী কৰিছে৷
- Log in to post comments
- 58 views