ৱাহিদুদ জামানৰ প্ৰতিবেদন
বিজেপিয়ে লাভ কৰা আসনৰ সংখ্যা : ১২
১) চামগুৰি - ৰীতা কাকতি বৰা
২) পুৰণিগুদাম - জিন্টি বৈৰাগী
৩) হাতীচোং - সীমা ৰেখা ভৰালী
৪) চাপৰমুখ - প্ৰমোদ লস্কৰ
৫) বাৰপূজীয়া - যতীন দাস
৬) জাগিয়াল - কবিতা বৰা
৭) কাছমাৰী - কাঞ্চন বৰদলৈ
৮) আমবাগান - প্ৰেমানন্দ দাস
৯) দ্বাৰ শালনা - চন্দন ঠাকুৰ
১০) দ্বাৰ বাগৰি - জিতেনজিৎ গৌড়
১১) পূব থুৰীয়া - মুনমণি দাস বৰা
১২) চতিয়াল-বৰভোগীয়া - ইৰা বৰা
অগপই লাভ কৰা আসনৰ সংখ্যা : ৩
১) কঠীয়াতলী-কামপুৰ - ঘন বৰদলৈ
২) বামুণী - সুকন্যা ভাগৱতী
৩) জুৰীয়া - মুৰ্শিদা বেগম
কংগ্ৰেছে লাভ কৰা আসনৰ সংখ্যা : ১১
১) গড়াজান - ছেলিম জাভেদ
২) ভকতগাঁও - ৱাজিউল্লাহ কবিৰ
৩) ৰূপহী - ৰেজিয়া বেগম
৪) শিঙিয়া - ফজলুল কৰিম
৫) পাখিমৰীয়া - দীপিকা শইকীয়া
৬) শিঙিমাৰী-মাধৱপাৰা - মোহন দাস
৭) কচুৱা - ছাইফুল ইছলাম
৮) বাজিয়াগাঁও - নাছৰিণ ৰিৱাজ
৯) ভোটাই-পাঠৰি - গীতাঞ্জলি হাজৰিকা
১০) শিঙিমাৰী - আহিদা বেগম
১১) বেচামাৰী - নৱনীতা বেগম
এ আই ইউ ডি এফে লাভ কৰা আসনৰ সংখ্যা : ৩
১) টুকটুকি - গোলাম ৰাববানী
২) বটদ্ৰৱা - আছমিনা খাতুন
৩) জৰামাৰী-আলিটাঙণি - জিয়াউৰ ৰহমান ভুঞা
- Log in to post comments
- 58 views