যুৱতীৰ অশ্লীল ফটো আপলোড কৰি যুৱক গ্ৰেপ্তাৰ

s

ছচিয়েল মিডিয়াত যুৱতীৰ অশ্লীল ফটো আপলোড কৰি মহানগৰীৰ চান্দমাৰী আৰক্ষীৰ জালত পৰিল এজন যুৱক। ধৃত যুৱকজনৰ নাম ৰোহিত শৰ্মা। ৭/৮/২০১৮ তাৰিখত দিয়া এজাহাৰৰ ভিত্তিত এগৰাকী মহিলাৰ অভিযোগত চান্দমাৰী আৰক্ষীয়ে বেংগোলোৰৰ পৰা ১৯/১১/১৮ তাৰিখত গ্ৰেপ্তাৰ কৰে যুৱকজনক । যুৱকজনক ৭২৫/১৮ইউ/চি ২৯৪/৫০৭আৰ/এছ৬৬/৬৭ আই টি আইন অনুসৰি গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ যুৱকজনৰ ঘৰ ২নং দুলীয়াজান, আনন্দপুৰ, থাপাবস্তিত ।

Your Comments