 
নগাঁৱৰ কচুৱাৰ প্ৰমিলা জাৰণিত নৃশংস হত্যাকাণ্ড ৷
এটা পৰিত্যক্ত ঘৰত ডিঙি কাটি এজন লোকক হত্যা দূৰ্বৃত্তৰ ৷
নিহত লোকজন জাৰণিৰ হুছেইন আলী ৷
নিশা বন্ধু চইদুল ইছলামে ঘৰৰ পৰা মাতি আনিছিল হুছেইন আলীক ৷
পুৱা ডিঙি কটা অৱস্থাত এটা পৰিত্যক্ত ঘৰত উদ্ধাৰ হয় মৃতদেহ ৷
 
- Log in to post comments
- 13 views
 
     
 
 
 
 
 

 
 
 
 
 
 
 
 
 
