মঙলদৈতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

মঙলদৈতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে মঙলদৈতো আজি অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে ৷

মঙলদৈতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

মঙলদৈত অসম বন্ধৰ সমৰ্থনত বিভিন্ন দল-সংগঠনে ব্লক চ'কত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

Your Comments