কামপুৰৰ শংকৰ নগৰত এটা ভয়াবহ পথ দুৰ্ঘটনা হয় । এন এফ ৰেলৱে কামত নিয়োজিত ট্ৰাক এখনৰ তলত সোমাই কৰুণ মৃত্যু কৰা কলেজৰ ছাত্ৰ । সংকটজনক অৱস্থাত ছাত্ৰজনক নগাঁৱৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুবৰণ কৰে । নিহত ছাত্ৰজনৰ নাম আছিল ৰক্তিম শইকীয়া ৷ কামপুৰ মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো । ট্ৰাকখনৰ নম্বৰ আছিল এন এল ০৮ ডি ৫৩১১ ৷
- Log in to post comments
- 8 views