
নিউজ ডেস্ক:
ৰাজ্যত পুনৰ নতুন ৰাজনৈতিক দলৰ জন্ম।ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত আত্মপ্ৰকাশ আঞ্চলিক দলটোৰ।জাতীয় দল, অসম নামেৰে নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে আত্মপ্ৰকাশ কৰে গুৱাহাটী প্ৰেছ ক্লাৱত।
উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জন্ম ৰাজনৈতিক দলটোৰ।আঞ্চলিক গণ মর্চা আৰু অসম সংগ্ৰামী মঞ্চৰ যৌথ উদ্যোগত জন্মলাভ কৰে নতুন ৰাজনৈতিক দলটো।নৱগঠিত আঞ্চলিক দলটোৰ সভাপতিৰ দায়িত্বত থাকিব অজিত কুমাৰ ভূঞা।
- Log in to post comments
- 5 views