
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চিবিআইলৈ পত্ৰ অসম প্ৰদেশ কংগ্ৰেছৰ।শৰ্মাৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপিত ৭টাকৈ গুৰুতৰ অভিযোগৰ তদন্ত বিচাৰি প্ৰেৰণ কৰিছে বিশেষ পত্ৰখন।উল্লেখ্য যে, চিবিআই লৈ প্ৰেৰণ কৰা পত্ৰখনত শৰ্মাৰ পৰিয়ালৰ পিপিই কীট কেলেংকাৰী, ভূমি কেলেংকাৰী, বন্দ্যা ইণ্টাৰনেচনেল স্কুল স্থাপন অন্যতম।তাৎপৰ্যপূৰ্ণ কথা এই যে, ইতিমধ্যে বিশেষ পত্ৰ খন চি বি আইলৈ প্ৰেৰণ কৰিছে কংগ্ৰেছে।
- Log in to post comments
- 7 views