
নিউজ ডেস্ক:
"কংগ্ৰেছৰ পৰা এআইইউডিএফলৈ আহিব বহু বিধায়ক ।উজনিৰ বাদে কংগ্ৰেছৰ অন্য সকলো বিধায়ক আহিব আমাৰ দললৈ"-বিস্ফোৰণ বিধায়ক কৰিমুদ্দিন বৰভূঞাক ।
ইফালে যিসকল কংগ্ৰেছী বিধায়ক বিজেপিলৈ যাবলৈ ওলাইছে সেইসকলক আহ্বান জনায় বৰভূঞাই কয়- বিজেপিলৈ যাব নালাগে, এআইইউডিএফলৈ আহক৷ কোন কোন বিধায়ক আহিব, এতিয়াই নকও৷
ভূপেন বৰাই বিজেপিৰ হৈ কাম কৰি আছে৷বিৰোধীক বিভাজন কৰি বিজেপিক সহায় কৰিছে বৰাই- বিধায়ক বৰভূঞাই কয়।
- Log in to post comments
- 3 views