
নিউজ ডেস্ক:
ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব নিযুক্তি।পূর্বতে জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্বত আছিল। শেহতীয়া ভাৱে জয়ন্তমল্ল বৰুৱাক মন্ত্ৰীত্ব প্ৰদান কৰাত উক্ত পদত মাৰ্ঘেৰিটাক নিযুক্তি দিছে।গুৰুত্বপূৰ্ণ কথা এই যে,চলিত বৰ্ষত ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে মাৰ্ঘেৰিটা।
- Log in to post comments
- 6 views