
নিউজ ডেস্ক:
বহু প্ৰত্যাশিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা।দেওবাৰে ঘোষণা হয় ফলাফল।২৬টা পৰিষদীয় সমষ্টিৰ বাবে যোৱা ৮জুনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।
ইফালে দেওবাৰে ঘোষণা কৰা ফলাফলত কংগ্ৰেছ প্ৰায় নিশ্চিহ্ন হয় কাৰ্বি আংলং নিৰ্বাচনত।বিজেপিয়ে ২৬টা সমষ্টিৰ দখলেৰে ইতিহাস ৰচনা কৰে কাৰ্বি পাহাৰত।
উল্লেখ্য যে, বিৰোধী কংগ্রেছৰ এইয়া অষ্টমটো নিৰ্বাচনৰ পৰাজয়।
- Log in to post comments
- 15 views