
নিউজ ডেস্ক:
কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা।২৬টা পাৰিষদীয় সমষ্টিৰ বাবে ঘোষণা প্ৰাৰ্থীৰ তালিকা।উল্লেখ্য যে,শুকুৰবাৰে ৰাজীৱ ভৱনৰ এক সংবাদমেলত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে কংগ্ৰেছে।
তাৎপৰ্যপূৰ্ণ কথা এই যে, ২৩মে'ত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।গুৰুত্বপূৰ্ণ কথা এই যে পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নির্বাচনক যথেষ্ট গুৰুত্ব দিয়া হৈছে৷
- Log in to post comments
- 13 views