আঢ়ৈটকীয়া মন্ত্ৰীখ্যাত নীলমণি সেন ডেকাক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ

A

নিউজ ডেস্ক:
অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ।আজি জ্যেষ্ঠ নেতা গৰাকীক বহিষ্কাৰ কৰে সভাপতি ভূপেন বৰাই।উল্লেখ্য যে দলৰ ক্ষতিকাৰক কাম কৰাৰ গুৰুতৰ অভিযোগত বহিষ্কাৰ জ্যেষ্ঠ নেতা গৰাকীক।তাৎপৰ্যপূৰ্ণ কথা এই যে তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ সময়ত কেবিনেট মন্ত্ৰীৰ দ্বায়িত্বত আছিল ডেকা।আঢ়ৈটকীয়া মন্ত্ৰী হিচাপেও জনাজাত আছিল ডেকা।
ইফালে শেহতীয়া ভাৱে কংগ্ৰেছ দলৰ নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন মন্তৱ্য প্রকাশ কৰি আহিছিল জ্যেষ্ঠ নেতাজনে।

B

Your Comments