প্ৰদেশ কংগ্ৰেছৰ আৰু ৪জন জ্যেষ্ঠ নেতাৰ পদত্যাগ

A

নিউজ ডেস্ক:

অসম প্ৰদেশ কংগ্ৰেছত পদত্যাগৰ জোৱাৰ অব্যাহত৷ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ পাছত এইবাৰ কংগ্ৰেছ দল এৰিলে চাৰিজনকৈ জ্যেষ্ঠ নেতাৰ ৷
অসম প্ৰদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু সম্পাদক দিগন্ত ভূষণ বৰ্মনৰ পদত্যাগ।
ইয়াৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র বনদ্বীপ দত্তআৰু অৰুণজ্যোতি ভূঞাৰ পদত্যাগ।কংগ্ৰেছ সভানেত্রী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ৪জ্যেষ্ঠ কংগ্ৰেছীৰ।তাৎপৰ্যপূৰ্ণ কথা এই যে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাই পদত্যাগ কৰিছে এইসকল নেতাই।

Your Comments