
নিউজ ডেস্ক:
কংগ্ৰেছ ত্যাগ কৰি কলিকতাত তৃণমূল কংগ্রেছৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ ৰিপুন বৰাৰ।কলিকতাত
তৃণমূল কংগ্ৰেছ নেতা অভিষেক বেনাৰ্জীক সাক্ষাৎ বৰাৰ।অসমৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱো আছে বৰাৰ সৈতে।ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ বস্ত্ৰৰে বৰাক দললৈ আদৰণি জনাইছে শীর্ষ নেতৃত্বই।
- Log in to post comments
- 19 views