
নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৩৮নং ৱাৰ্ডৰ আম আদমী দলৰ প্ৰাৰ্থী সৌমিক সেন গুপ্তাই।ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছে প্ৰাৰ্থী গৰাকীয়ে।উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰথমবাৰলৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আম আদমী দলে।গুৰুত্বপূৰ্ণ কথা যে ২২এপ্ৰিলত ৬০টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব।২৪এপ্ৰিলত ঘোষণা হ'ব ফলাফল।
ইফালে প্ৰতিটো দলে নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।
- Log in to post comments
- 17 views