ৰাজ্যসভাৰ দ্বিতীয়খন আসনত ৰিপুন বৰাৰ প্ৰতিদ্বন্দী ইউ পি পিএলৰ ৰণগৌৰা নাৰ্জাৰী

A

নিউজ ডেস্ক:

অসমৰ ৰাজ্যসভাৰ দ্বিতীয়খন আসনত প্ৰাৰ্থীত্ব প্ৰদান ইউ পি পি এলৰ।বিজেপি মিত্ৰজোট ইউ পি পি এলৰ প্ৰাৰ্থী হ’ব ৰণগৌৰা নাৰ্জাৰী।উল্লেখ্য যে কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰা আৰু ৰণগৌৰা নাৰ্জাৰীৰ মাজত হ’ব দ্বিতীয় আসনৰ বাবে প্ৰতিদ্বন্দিতা।গুৰুত্বপূৰ্ণ কথা এই যে ,প্ৰথমখন আসনত বিজেপিয়ে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।অহা ৩১মার্চত অনুষ্ঠিত হ’ব অসমৰ দুখনকৈ আসনৰ বাবে নিৰ্বাচন।

Your Comments