ৰিপুন বৰা কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী

A

B
নিউজ ডেস্ক:

অসমৰ ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা।প্ৰাক্তন সাংসদ ৰিপুন বৰাক প্ৰদান কৰা হৈছে প্ৰাৰ্থীত্ব।উল্লেখ্য যে ৩১মার্চত অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।
গুৰুত্বপূৰ্ণ কথা যে ৰাজ্যসভাৰ প্রথমখন আসনৰ বাবে ইতিমধ্যে বিজেপিয়ে পবিত্ৰ মাঘেৰিটাৰ নাম ঘোষণা কৰিছে।

Your Comments