বস্ত্ৰনগৰী শুৱালকুছিত ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ ইউছুফ পাঠান

A

B

নিউজ ডেস্ক:
বস্ত্ৰনগৰী শুৱালকুছিত শনিবাৰে  উপস্থিত হয়  ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন তাৰকা  ইউছুফ পাঠান ৷অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত ক্ৰিকেট একাডেমী উদ্বােধন কৰিবলৈ আহে প্ৰাক্তন তাৰকা গৰাকী ৷
গুৰুত্বপূৰ্ণ কথা এই যে ,শুৱালকুছিত উপস্থিত হৈ  ইয়াত উৎপাদিত মুগা-পাট বস্ত্ৰশিল্পৰ বুজ লোৱাৰ লগতে শিল্পটোৰ লগত জড়িত শিপিনীসকলৰ লগত মত বিনিময় কৰাৰ উপৰিও  পাট-মুগাৰ বিভিন্ন কাপোৰ প্ৰত্যক্ষ কৰাৰ লগতে মুগাৰ টাই, মুগাৰে উৎপাদিত টুপী, বেল্ট আৰু এৰী কাপোৰ ক্ৰয় কৰে।

 

Your Comments