মাজুলী উপ-নিৰ্বাচনৰ ভোটগণনা; ভুৱন গামৰ অগ্ৰগতি

A

নিউজ ডেস্ক:

মাজুলী উপ-নিৰ্বাচনৰ ভোট গণনা।পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা।৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সমষ্টিটোত।ভোটগণনাৰ প্ৰথম ঘন্টাত  বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি।উল্লেখ্য যে অসম জাতীয় পৰিষদ তথা বিৰোধী উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী পাছ পৰি আছে।কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগণনা চলি আছে।মুঠ ১৪টাকৈ ৰাউণ্ড হ’ব ভোটগণনাৰ।

Your Comments