মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে 'ছেৱা' কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ জাননী, পঢ়ক

A

B

নিউজ ডেস্ক:

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা প্ৰশ্ন কাকতৰ সন্দৰ্ভত 'ছেৱা'ৰ বিশেষ জাননী।২০২১বৰ্ষৰ প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হ’ব আগন্তুক মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা।উল্লেখ্য যে যোৱা বৰ্ষত কোভিড-১৯ৰ বাবে প্ৰশ্ন কাকত সাজু কৰিও শেষ মুহূৰ্তত পৰীক্ষা বাতিল কৰিব লগা হৈছিল ছেৱাই।উক্ত বর্ষত সাজু কৰা প্ৰশ্ন কাকতেৰে এইবাৰ পৰীক্ষা অনুষ্ঠিত হ’ব।সোমবাৰে এখন জাননীৰ জৰিয়তে উল্লেখ কৰিছে ছেৱাই।ইয়াৰ উপৰিও ২০২১ বর্ষৰে উত্তৰ বহীসমূহ ছেৱা কৰ্তৃপক্ষই এইবাৰ পৰীক্ষাত ব্যৱহাৰ কৰিব বুলি জাননীত স্পষ্ট কৈ প্ৰকাশ কৰিছে।
গুৰুত্বপূৰ্ণ কথা যে ,অহা ১৫মার্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।কোভিড পৰিস্থিতিৰ বাবে পাঠ্যক্ৰম হ্ৰাস কৰি অনুষ্ঠিত হ’ব পৰীক্ষা।

Your Comments