
নিউজ ডেস্ক:
সোমবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ মাজুলীৰ ভোটদান প্ৰক্ৰিয়া ৷ পুৱা ১১ বজালৈকে সম্পন্ন ৩২.৪০ শতাংশ ভোটদান ৷ বহু প্ৰত্যাশাৰ অন্তত অৱশেষত আৰম্ভ হ’ল মাজুলীৰ উপ নিৰ্বাচন ৷ জিলাখনৰ ১,৩৩,২২৭ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব মাজুলীৰ নিৰ্বাচনী প্ৰাৰ্থীৰ ভাগ্য ৷উল্লেখ্য যে, জিলাখনৰ ২০৩ টা ভোটকেন্দ্ৰত আছে ১,৩৩,২২৭ গৰাকী ভোটাৰ ৷
- Log in to post comments
- 6 views