
নিউজ ডেস্ক:
মাজুলী বিধানসভা উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা বন্ধ ঘোষণা।নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে নিৰ্বাচন হোৱা জিলাখনত সম্পূৰ্নকৈ বন্ধ চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়।উল্লেখ্য যে ভোটদানৰ অধিকাৰ প্ৰতিজন নাগৰিকে লাভ কৰাৰ বাবে বন্ধ ঘোষণা জিলাখনত।বন্ধৰ দিনটোত কৰ্মচাৰীসকলে লাভ কৰিব দৰমহা।গুৰুত্বপূৰ্ণ কথা এই যে ,৭ মাৰ্চত অনুষ্ঠিত হ’ব মাজুলী উপ-নিৰ্বাচন।
- Log in to post comments
- 5 views