মাজুলী উপ-নিৰ্বাচনৰ বাবে এই দুটা দিনত ড্ৰাই ডে' ঘোষণা, পঢ়ক

A

নিউজ ডেস্ক:

মাজুলী উপ-নিৰ্বাচনৰ বাবে অহা  ৭ আৰু ১০মার্চত জিলাখনত ড্ৰাই ডে' ঘোষণা কৰা হৈছে  ।নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে জাননীৰ জৰিয়তে ঘোষণা কৰিছে এই কথা।উল্লেখ্য যে ড্ৰাই ডে’ৰ সময়চোৱাত সম্পূৰ্ণ জিলাখনত সুৰাৰ বিপনীসমূহ  বন্ধ থাকিব।

Your Comments