তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোলাপ বৰাৰ বিয়োগ

A

নিউজ ডেস্ক:

বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোলাপ বৰাৰ বিয়োগ।৯৪বছৰ বয়সত শেষনিশ্বাস ত্যাগ শিক্ষাবিদ গৰাকীৰ ।

তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা হেম বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিল বৰা।

Your Comments