প্ৰথমবাৰলৈ টি-২০ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

A

নিউজ ডেস্ক:

ডুবাইত অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপৰ  খিতাপ দখল কৰে অষ্ট্ৰেলিয়াই । দেওবাৰে হাইভল্টেজ ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি প্ৰথম বাৰলৈ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে অষ্ট্ৰেলিয়াই।টছত জয়ী হৈ নিউজিলেণ্ডক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় অষ্ট্ৰেলিয়াই।কেন ইউলিয়ামছনৰ বিস্ফোৰক ৮৫ ৰাণৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত  ১৭৩ৰাণৰ লক্ষ্য বান্ধি দিয়ে।

প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ১৮.৫ অভাৰত ৮উইকেটত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।অষ্ট্ৰেলিয়াৰ হৈ ডেভিড ৱানাৰ ৫৩ আৰু মিটচেল মাৰ্চে ৭৭ৰাণ কৰি অপৰাজিত হৈ থাকে।

Your Comments