টি-২০ বিশ্বকাপৰ পৰা বাহিৰ ভাৰত

A

নিউজ ডেস্ক:

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ  হ'ল ভাৰতীয় ক্ৰিকেট দল।সোমবাৰে আফগানিস্তানৰ বিৰুদ্ধে কিৱি বাহিনীৰ জয়লাভৰ পাছতে ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হয় কোহলী বাহিনী।
ভাৰতীয় দলটোৱে ৪খন খেলত অৱৰ্তীন হৈ এই পৰ্যন্ত
দুখন খেলত জয়ী হৈছে।

Your Comments