উপ-নিৰ্বাচনৰ থাওৰা, ভৱানীপুৰ, মৰিয়নিত বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কোন কোন পঢ়ক

A

C


নিউজ ডেস্ক:


ৰাজ্যৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ঘোষণা।উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব লগা পাঁচটা সমষ্টিৰ তিনিটাত প্ৰাৰ্থী থিয় কৰাব  বিজেপিয়ে।মৰিয়নি, ভৱানীপুৰ আৰু থাওৰা সমষ্টিত দলটোৱে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

সোমবাৰে দলৰ কেন্দ্ৰীয় নেতৃত্বই উপ-নিৰ্বাচনৰ বাবে ঘোষণা কৰা প্ৰাৰ্থী ক্ৰমে ৪১নং ভৱানীপুৰত ফণীধৰ তালুকদাৰ, ১০১নং মৰিয়নিত ৰূপজ্যোতি কুর্মী আৰু ১০৭নং থাওৰাত সুশান্ত বৰগোঁহাই ।

আনহাতে গোঁসাইগাওঁ, তামুলপুৰ সমষ্টিত ইউপিপিএলে থিয় কৰাব প্ৰাৰ্থী।

Your Comments