পঞ্জাৱৰ কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ পদত্যাগ

A

নিউজ ডেস্ক:

পঞ্জাৱৰ ৰাজনীতিত বৃহৎ অঘটন। মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কেপ্তেইন অমৰিন্দৰ সিঙৰ।শনিবাৰে সিঙে ৰাজ্যপাল বনৱাৰিলাল পুৰোহিতৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে।

উল্লেখ্য যে নভজ্যোতি  সিং শিবিৰৰে দীর্ঘদিনীয়া সংঘাটৰ অন্তত পদ ত্যাগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে, মুখ্যমন্ত্ৰী পদ ত্যাগ কৰা  সিঙে কংগ্ৰেছ দলো ত্যাগ কৰিব পাৰে বুলি ঘনিষ্ঠ মহলত ব্যাপক চৰ্চা অব্যাহত আছে।

Your Comments