অসমৰ ৰাজ্যসভাৰ বিজেপি প্ৰাৰ্থী হ'ব সৰ্বানন্দ সোণোৱাল

A

নিউজ ডেস্ক:


অসমৰ ৰাজ্যসভাৰ এখন আসনৰ বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা।প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হ'ব বিজেপিৰ প্ৰাৰ্থী।সোণোৱালৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে  জ্যেষ্ঠ অধিবক্তা শান্তনু ভৰালী আৰু বিজেপি সভাপতি ভৱেশ কলিতাই।

উল্লেখ্য যে বিধানসভা অধ্যক্ষ তথা প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছতেই খালি হৈছিল অসমৰ এখন আসন।

অহা ৪অক্টোবৰত অনুষ্ঠিত হ'ব নির্বাচন।২৭ছেপ্টেম্বৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।

ইফালে ৰাজ্যসভাৰ আসনখনৰ বাবে কংগ্ৰেছে প্ৰক্ষেপ নকৰে প্ৰাৰ্থী।ইতিমধ্যে ঘোষণা কৰিছে এই কথা।

Your Comments