উপ-নির্বাচনৰ ৬খন আসনত জয়ী হ'ব বিজেপি- ভৱেশ কলিতা

A

নিউজ ডেস্ক:

ৰাজ্যৰ উপ-নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু বিজেপি।উপ-নিৰ্বাচনৰ ৬টা সমষ্টিতে জয়ী হ'ব বিজেপি।এই গুৰুত্বপূৰ্ণ মম্তৱ্য ভৱেশ কলিতাৰ।

ভৱানীপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰিব ফণীধৰ তালুকদাৰে এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ  সভাপতি জনে ।

আনহাতে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰয়াস ব্যৰ্থ হ’ব।উপ- নির্বাচনটোত মুখ থেকেছা খাবলৈ ওলাইছে তেওঁলোক।কংগ্ৰেছে মৰুভূমিত মৰীছিকা খেদিছে- কলিতাই কয়।

Your Comments