টি-২০ বিশ্বকাপৰ পাছতে অধিনায়কৰ দায়িত্ব এৰিব কোহলীয়ে

A

নিউজ ডেস্ক:

ডুবাইট অনুষ্ঠিত হ'ব লগা আগন্তক টি-২০বিশ্বকাপ খেলি অধিনায়কৰ দায়িত্ব এৰিব বিৰাট কোহলীয়ে।ভাৰতীয় ক্ৰিকেট দলৰ তিনিওটা ফৰ্মেটৰ অধিনায়ক গৰাকীয়ে এই কথা ঘোষণা কৰিছে।

উল্লেখ্য যে কোহলীয়ে ঘোষণা কৰা মতে কেৱল টি-২০ৰ অধিনায়কৰ দায়িত্ব এৰিব যদিও বাকী দুয়োটা ফর্মেটত অধিনায়ক হিচাপে দায়িত্ব পালন কৰি যাব।

Your Comments