নামনি সোৱণশিৰী নদীবান্ধৰ নিৰ্মান বন্ধ আৰু ভাঙি পেলোৱাৰ দাবীত আন্দোলন ঘোষণা অখিল গগৈৰ

A

নিউজ ডেস্ক :

নামনি সোৱণশিৰী নিৰ্মীয়মান জল বিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা বিধায়ক অখিল গগৈৰ।নদীবান্ধটো ভাঙি দিয়াৰ দাবী জনাই ১৩ছেপ্টেম্বৰ পৰা আৰম্ভ হ'ব আন্দোলন।

লখিমপুৰ-ধেমাজিক ৰক্ষাৰ লগতে বান্ধ নিৰ্মানৰ কাম বন্ধ ৰখা দাবীৰে  সাব্যস্ত হ'ব প্ৰতিবাদ।

ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সাব্যস্ত হ'ব প্ৰতিবাদ।এই কথা ঘোষণা বিধায়ক অখিল গগৈৰ ।

ইয়াৰ পৰৱৰ্তী সময়তো নদীবান্ধ বন্ধৰ দাবীত প্ৰতিবাদ চলি যাব বুলি শিৱসাগৰৰ বিধায়ক গৰাকীয়ে কয়।

Your Comments