হিমাচল প্ৰদেশৰ চিমলাত ভয়ংকৰ ভূমিস্খলন

A

 

নিউজ ডেস্ক:
হিমাচল প্ৰদেশৰ চিমলাত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ সোমবাৰে ৰাতিপুৱাই  সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা বাগৰি অহা শিলে কিন্নোৰলৈ যাবলগীয়া ৰাস্তাটো বন্ধ কৰি দিয়ে ৷জানিবপৰা মতে কিন্নোৰৰ ওচৰতো ভূমিস্খলন সংঘটিত হয় য'ত বহু লোক ক্ষতিগ্ৰস্ত হোৱা বুলি অনুমান কৰা হৈছে। ৷উল্লেখযোগ্য যে এই সময়ত হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত  বহুকেইটা ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷

Your Comments

Related Articles