উলুবাৰীত পথ দুৰ্ঘটনা: দুই বাইক আৰোহী থিতাতে নিহত

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।থিতাতে নিহত দুই বাইক আৰোহী।শনিবাৰে নিশা উলুবাৰী উৰণীয়া সেতুৰ তলত সংঘটিত হয় দুৰ্ঘটনাটো।

গুৱাহাটী ক্লাবৰ পৰা বি.বৰুৱা পথেৰে উলুবাৰী অভিমুখে আহি আছিল বাইক আৰোহী দুজন।বাইকখন তীব্ৰ গতিত আহি উৰণীয়া সেতুৰ তলৰ ডিভাইডাৰত খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাতো।
দুৰ্ঘটনাগ্ৰস্ত বাইখনৰ নম্বৰ এছ-১৯এন-৫২৯৮।

আনহাতে, দুৰ্ঘটনাগ্ৰস্ত দুই আৰোহীক  চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে ।

Your Comments